text
stringlengths
20
85.1k
নিজৰ ১৮ বছৰীয়া জন্মদিন উদযাপনৰ পাছতেই ২০১০ চনত গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত হৈছিল তেওঁৰ
গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ ভিডিঅ'ত খগেন্দ্ৰই তেওঁৰ ভাতৃৰ সৈতে গীটাৰ বজোৱা, বাইকত উঠোৱা আদি দেখা গৈছিল
অতি কম বয়সতে ইহলীলা সম্বৰণ কৰিলে বিশ্বৰ এই ক্ষুদ্ৰতম ব্যক্তিগৰাকীয়ে
সংবাদ প্ৰতিষ্ঠানক তেওঁৰ ভাতৃ মহেশ থাপা মগৰে দিয়া সাক্ষাৎকাৰত কৈছে যে খগেন্দ্ৰ বেছিভাগ সময়েই নিউমোনিয়াত ভগিছিল যাৰ বাবে বাৰে বাৰে তেওঁক হাস্পাতলত ভৰ্তি কৰিবলগীয়া হৈছিল
এইবাৰ চিকিৎসকে জানিব দিয়া মতে খগেন্দ্ৰৰ হৃদযন্ত্ৰ কাম নকৰা হৈছিল আৰু ফলত তেওঁৰ মৃত্যু হয়
৭০০ বছৰৰ পাছত ৰাখী পূৰ্ণিমাত এই বাৰ মিলিছে পঞ্চযুগ, গতিকে ভুলতো নকৰিব এইকেইটা ভুল মহাৰাষ্ট্ৰত দলিত শিশুৰ ওপৰত অত্যাচাৰ, গছত ওলোটাকৈ বান্ধি প্ৰহাৰ সাৱধান
উপকাৰী গুণেৰে ভৰপূৰ কেপছিকামঃ চাওক কেপছিকামৰ গুণাগুণ . নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল
পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব
দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল
আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম
'ৰাভা জনগোষ্ঠীৰ বাবে কংগ্ৰেছ চৰকাৰতকৈ বিজেপি চৰকাৰখন দহগুণ অধিক ক্ষতিকাৰক' মুখ্যপৃষ্ঠা ভাষা-সাহিত্য প্ৰাসংগিক প্ৰশ্ন ফেচবুক কৰ্ণাৰ মুখ্যপৃষ্ঠা ভাষা-সাহিত্য প্ৰাসংগিক প্ৰশ্ন ফেচবুক কৰ্ণাৰ বিজেপিয়ে কৰা প্ৰতাৰণাৰ প্ৰতিবাদত ৰাভা হাছঙত পুনৰ আৰম্ভ আন্দোলন 'ৰাভা জনগোষ্ঠীৰ বাবে কংগ্ৰেছ চৰকাৰতকৈ বিজেপি চৰকাৰখন দহ গুণ অধিক ক্ষত...
ছয় ৰাভা জাতীয় সংগঠনৰ আহ্বানত আৰু দুধনৈ আঞ্চলিক ৰাভা ছাত্ৰ সন্থা, দুধনৈ আঞ্চলিক ৰাভা মহিলা পৰিষদ আৰু দুধনৈ আঞ্চলিক ষষ্ঠ অনুসূচী দাবী সমিতিৰ উদ্যোগত দুধনৈ জনমন্দিৰ প্ৰাংগণত অনুষ্ঠিত জনজাগৰণ সভাৰে আৰম্ভ হয় এই আন্দোলন
সভাত নিখিল ৰাভা ছাত্ৰ সন্থাৰ সম্পাদক শ্যামজিত ৰাভাই ভাষণত কয়, 'ৰাভা জনগোষ্ঠীৰ বাবে কংগ্ৰেছ চৰকাৰতকৈ বিজেপি চৰকাৰখন দহগুণ অধিক ক্ষতিকাৰক তথা ভয়ানক'
ছাত্ৰ নেতা গৰাকীয়ে লগতে কয় যে, প্ৰতিশ্ৰুতি অনুসৰি শাসনাধীষ্ঠ বিজেপি মিত্ৰজোঁট তথা সৰ্বানন্দ সোণোৱাল নেতৃতাধীন চৰকাৰখনে ষষ্ঠ অনুসূচীৰ প্ৰস্তাৱকেই কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ নকৰিলে
ৰাভা জাতিটোক চৰকাৰে প্ৰতাৰণা, প্ৰৱঞ্চনা কৰাৰ প্ৰতিক্ৰিয়া স্বৰূপে ছয় ৰাভা জাতীয় সংগঠনে বিজেপি মিত্ৰজোঁটৰ চৰকাৰখনৰ বিৰুদ্ধে পোন্ধৰ অক্টোবৰৰ পৰা তিনি নৱেম্বৰলৈ জনজাগৰণ সভা অনুষ্ঠিত কৰি ৰাইজক সজাগ কৰিব বুলি জনায়
সহস্ৰাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত সভাখনত ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী টংকেশ্বৰ ৰাভাই উপস্থিত থাকি কয়, 'ৰাভা জাতিৰ ইছ্যু লৈ, ৰাভা হাছং পৰিষদখনক লৈ, ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ আন্দোলনক লৈ কোনো বিজেপিৰ কৰ্ম-কৰ্তাই যদি ষড়যন্ত্ৰত লিপ্ত হয়, তেন্তে তাৰ পৰিণাম অতি ভয়াৱহ হ'ব'
'যদি ৰাভা হাছং পৰিষদখনক বিজেপিকৰণ কৰিব খুজিছে, তেতিয়া হ'লে ৰাভাসকলক পৃথক ৰাজ্য দিয়ক, ৰাভা জনগোষ্ঠীয়ে ইচ্ছা কৰিলে ২৪ ঘন্টাত বিধায়ক জিকাবও পাৰে হৰুৱাবও পাৰে
ৰাভা হাছং এলেকাত যি সকল ৰাভা জনগোষ্ঠীৰ লোকে বিজেপি কৰি আছে, সেইসকলে বিজেপি কৰা বন্ধ কৰি দিব লাগে' বুলিও ৰাভাই কয় ৷ বিজেপিৰ আই টি চেলকো তীব্ৰ সমালোচনা কৰি টংকেশ্বৰ ৰাভাই কয়, 'ৰাভা হাছং তথা ৰাভা জনগোষ্ঠীৰ বিৰুদ্ধে একো নজনাকৈ, ইতিহাস নজনাকৈ যাতে কোনো মন্তব্য নকৰে, নহ'লে পৰিনাম ভয়ানক হ'ব ৷ ইফালে বৰ্তমানৰ দুধনৈ বিধানসভাৰ...
হিমন্ত বিশ্ব শৰ্মাই অহা নিৰ্বাচন যি সভ্যতাৰ যুঁজ আখ্যা দিছে সেই সন্দৰ্ভতো টংকেশ্বৰ ৰাভাই মন্তব্য কৰে- ৰাভা সকলে একো নাজানে, ষষ্ঠ অনুসূচী দিয়ক তেতিয়াহে ৰাভা সকলোৰ সভ্যতা বাচিব, জাতি জীয়াই থাকিব, ভাষা থাকিব ৷ আনহাতে বিজেপি নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে আন এক গুৰুতৰ অভিযোগ তুলি কয় যে বিজেপি মুক্ত হৈ থকা স্বায়ত্ত্বশাসিত...
চৰকাৰে যদি অহা নিৰ্বাচনৰ পূৰ্বে ৰাভা সকলৰ সমস্যা সমাধান নকৰে তেন্তে কামৰূপৰ ৰাণীৰ পৰা গোৱালপাৰাৰ জয়ৰামকুঁচী লৈকে এজনো বিজেপি বিধায়কক জিকিব নিদিয়াৰ হুংকাৰ প্ৰদান কৰে নেতাসকলে
লগতে ত অন্তৰ্ভূক্ত হোৱা ৰাভা হাছঙৰ গাঁওসমূহ কৰ্তনৰ সিদ্ধান্ত কেৱল মাথোঁঁ কেবিনেটত কৰা হৈছিল কিন্তু সেই ক্ষেত্ৰতো কোনো ধৰণৰ ফলপ্ৰসূ ব্যৱস্থা হাতত নল'লে
এনেদৰে বিজেপিৰ বিৰুদ্ধে এতিয়া আক্ৰমণাত্মক হৈ পৰিছে ৰাভা হাছঙৰ সংগঠন সমূহ
শিক্ষক দিৱসৰ লগত সংগতি থকা কেইটামান বহুবিকল্পী প্ৰশ্ন – উৎকোচ গ্ৰহণৰ অভিযোগ
বজালীৰ পূৰ্বৰ আৰক্ষী অধীক্ষক সিদ্ধাৰ্থ বুঢ়াগোহাঁইক গ্ৰেপ্তাৰ চি আই ডিৰ চন্দ্ৰৰ মাটি এৰি শূন্যলৈ উৰিল বিক্ৰম, তাৰ পিছত দ্বিতীয়টো সফল অৱতৰণ চন্দ্ৰযান-৩ লেণ্ডাৰৰ সুধিব নোৱাৰিব প্ৰশ্ন, নাথাকিব জিৰ' আৱাৰ
সংসদৰ বিশেষ অধিৱেশনত কেন্দ্ৰই নিবিচাৰে কোনো বাধা নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল
প্ৰথম অপাৰেটিং চিষ্টেম কোনটো প্ৰথম অপাৰেটিং চিষ্টেম কোনটো অসমৰ দিৱসসমূহ অসমীয়া কিতাপ অসমৰ জিলাসমূহ সমাৰ্থক শব্দ বিপৰীত শব্দ অসমৰ ধানৰ প্ৰজাতি অসমৰ জনপ্ৰিয় লোক অসমীয়া কাহিনী ভাৰতবৰ্ষৰ প্ৰৱিত্ৰ তীৰ্থস্থান অসমীয়া শব্দ বাক্য় ৰচনা অসমৰ উদ্ভিদ গণিতৰ সূত্ৰাৱলী অসমীয়া সঁজুলি বিপৰীত শব্দ অসমৰ জিলাসমূহ অসমীয়া ব্যাকৰণ বিশে...
প্ৰকৃত কামৰ বাবে ব্যৱহৃত প্ৰথম (অপাৰেটিং চিষ্টেম) আছিল (জিএম-এনএএ আই/অ যাক চনত জেনেৰেল মটৰ্ছৰ গৱেষণা বিভাগে ইয়াৰ আইবিএম ৰ বাবে প্ৰস্তুত কৰিছিল
(আইবিএম মেইনফ্ৰেম)ৰ বাবে বেছিভাগ প্ৰাৰম্ভিক (অপাৰেটিং চিষ্টেম)গ্ৰাহকৰ দ্বাৰা প্ৰস্তুত কৰা হৈছিল
আকণ গছৰ উপকাৰিতা আকণ গছৰ উপকাৰিতা আকণ গছৰ উপকাৰিতা ১) হজম শক্তি একেবাৰে নাইকিয়া হ'লে আকণৰ শিপাৰ শুকান গুৰা পাঁছ গ্ৰাম দিনে এবাৰকৈ খাব লাগে
২) হাঁপানি ৰোগত আকণৰ পকা পাত এটা, জালুক ১২ টা, মণিচাল দুটাৰ বাকলি, অকণ নিমখ মিলাই মিহিকৈ পিহি জালুকৰ সমান বড়ি বনাই পুৱা গধুলি দহ দিন খাব লাগে
৩) প্লীহা বৃদ্ধি আকণৰ শিপা কড়ি এটাৰ পেটত সোমাই নেমু ৰসত পেলাই থব
৪) জলোদৰ ৰোগ আকণৰ ঠাৰিৰ ছাল, চতিয়নাৰ ছাল, কৰৱীৰ ছাল সমানকৈ লৈ বটি তিনিচামোচ ৰাতি শোৱাৰ আগত খাব লাগে তিনিদিন
৬) মেকুৰীয়ে কামুৰিলে আকণ আঠা এটোপ আৰু পানী তিনিটোপ মিলাই একেৰাহে তিনিদিন পুৱা খালী পেটত খাব
৭) মোচোকা বা থেতেলা খালে আকণৰ পাত এটাত ওপৰপিনে ঘিঁউ বা তেল সানি গৰম কৰি আঘাতপ্ৰাপ্ত স্থানত সেক দিলে খুউব সোনকালে বিষ আৰু যদি ফুলিছে ফুলাও ভাল হয়
৮) কাণৰ বিষ আকণৰ পাত জুইত সেকি তাৰ ৰস চাৰিটোপ কাণত দি আঙুলিৰে অলপ সময় কাণৰ বিন্ধা বন্ধ কৰি ধৰি থাকিব লাগে
৯) পেটৰ কামোৰণিত আকণৰ পাতত সৰিয়হ তেল সানি জুইত সেকি পেটৰ ওপৰত ৰাখিব লাগে
১০) বুকুৰ বিষ আকণৰ আঠা দুটোপাল এচামোচ পানীত মিলাই খাব লাগে
১৩) গোৰোহাৰ বিষ এমুঠি আকণৰ ফুল দুগিলাচ পানীত উতলাই গৰম ভাপখিনি গোৰোহাত লগাব আৰু পিছত গৰমে গৰমে ফুলকেইটা গোৰোহাত বান্ধি থ'ব লাগে
১৪) সূৰ্য্যকপালী মূৰৰ বিষত কাহিলি পুঁৱাতে সূৰুয উদয় হোৱা আগেয়ে আকণৰ আঠা দুটোপাল বাতাচা এটাত ধালি খাব লাগে
১৫) কাঁহ কফ জ্বৰ আদিত আকণৰ কুঁহিপাতৰ টুকুৰা এটা পাণত তামোলৰ দৰে লৈ গুৱামৰি অলপেৰে চোবাই থাকি ৰস খিনি গিলি গিলি যাব লাগে
দোৰোণ শাকৰ দুটিমান টিপ্চ দোৰোণ শাকৰ দুটিমান টিপ্চ ১) টনচিল বাঢ়িলে দোৰোণ শাক ভাজি আহাৰৰ লগত খালে ভাল হয়
৩) কাঁ পিয়াঁজৰ গুণ পিয়াঁজৰ গুণ ১) শিয়াল কুকুৰে কামোৰিলে পিঁয়াজ পিহি মৌৰে কামোৰা ঠাইত লেপ দিলে বিষ নষ্ট হয়
২) কাণ বিষালে পিয়াজৰ ৰস গৰম কৰি চাৰিটোপ হালধিৰ গুণাৱলী ১) হালধিৰ ৰস ২ চামোচ+গুৰ মিহলাই পুৱা খালী পেটত ১ মাহ খালে এলাৰ্জী ভাল হয়
৩) ত পদিনাৰ বনদৰৱ হিচাপ গুণাৱলী শিৰীষ গছৰ উপকাৰিতা দোৰোণ শাকৰ দুটিমান টিপ্চ দূপৰ টেঙা বা পাতে গজাৰ গুণ আকণ গছৰ উপকাৰিতা জেতুকাৰ গুণ বৰফৰ প্ৰয়োগৰ উপকাৰ পিয়াঁজৰ গুণ হালধিৰ গুণাৱলী ১) হালধিৰ ৰস ২ চামোচ+গুৰ মিহলাই পুৱা খালী পেটত ১ মাহ খালে এলাৰ্জী ভাল হয়
কবিতা ৭৫/ কুঁহিপাত আন্তঃৰাষ্ট্ৰীয় ক্রীড়া-জগত আন্তঃৰাষ্ট্ৰীয় ক্রীড়া-জগত কবিতা ৭৫/ কুঁহিপাত গছেও সলাই সাজ/হেৰুৱাই সেউজীয়াৰ আকৰ কিশোৰ কুমাৰ কলিতা গছেও সলাই সাজ হেৰুৱাই সেউজীয়াৰ আকৰ হালধীয়া হয় জীৱনৰ ৰং সৰাপাততটো থাকে ইতিহাস বোকোচাত সেউজীয়া ছাঁ গো-বাট ধূলিয়ৰি হোৱাৰ পৰত পচোৱাই উৰুৱাই আঁচল এজাক সেউজ বৰষুণৰ অপেক্ষা
শিল্পী বঁটা, পেঞ্চনৰ বাবে শিল্পীৰ নাম ঘোষণা মন্ত্ৰী বিমল বৰাৰ সময় প্ৰবাহ बर' सेंन्टिनेल हिन्दी सेंन्टिनेल সময় প্ৰবাহ बर' सेंन्टिनेल हिन्दी सेंन्टिनेल ব্ৰেকিং নিউজ শীৰ্ষ বাতৰি ৰাজ্যিক বাতৰি খেলৰ পৃথিৱী ৰাজ্যিক বাতৰি শিল্পী বঁটা, পেঞ্চনৰ শিল্পী বঁটা, পেঞ্চনৰ বাবে শিল্পীৰ নাম ঘোষণা মন্ত্ৰী বিমল বৰাৰ অসমৰ সাংস্কৃতিক পৰিক...
মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে যে ২০২৩ চনৰ শিল্পী বঁটা বিশিষ্ট সংগীত শিল্পী ৰাজেন গোহাঁই আৰু পোখিলা লেকথেপীক প্ৰদান কৰাৰ বিপৰীতে ২০২২ চনৰ নটসূৰ্য্য ফণী শৰ্মা বঁটা বিশিষ্ট অভিনেতা প্ৰাঞ্জল শইকীয়াক প্ৰদান কৰা হ'ব
২০২২ চনৰ ড০ ভবেন্দ্ৰ নাথ শইকীয়া বঁটা আন এজন বিশিষ্ট অভিনেতা অৰুণ নাথক প্ৰদান কৰাৰ বিপৰীতে ২০২২ চনৰ বিজু ফুকন বঁটা বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা সমৰেন্দ্ৰ নাৰায়ণ দেৱক প্ৰদান কৰা হ'ব
বিশিষ্ট সাহিত্যিক মিলেশ্বৰ পাটৰক ২০২২ চনৰ ভীমবৰ দেওৰী বঁটা প্ৰদান কৰা হ'ব বুলি সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে অৱগত কৰে
বৰাই আৰু কয় যে শিল্প-সংস্কৃতিৰ ক্ষেত্ৰত তেওঁলোকৰ বিশিষ্ট অৱদানৰ বাবে ৫০ গৰাকী শিল্পীক প্ৰতিমাহে ৮ হাজাৰ টকাৰ ছিলপি পেঞ্চন প্ৰদান কৰা হ'ব
তদুপৰি ২০২২-২৩ বৰ্ষৰ বাবে ১৫২ জন মৃত শিল্পীৰ পৰিয়ালক ৫০ হাজাৰ টকাকৈ ৱান টাইম স্পেচিয়েল পেঞ্চন প্ৰদান কৰাৰ লগতে সন্মান লাভ কৰাসকলৰ নামো ঘোষণা কৰে
লগতে পঢ়ক: অসমত হ্ৰাস পাইছে অপৰাধৰ সংখ্যা ব্ৰেকিং নিউজ ৰাজ্যিক বাতৰি ব্ৰেকিং নিউজ শীৰ্ষ বাতৰি ৰাজ্যিক-বাতৰি খেলৰ পৃথিৱী সময় প্ৰবাহ हिन्दी सेंन्टिनेल बर' सेंन्टिनेल
দেশৰ প্রথম চালকবিহীন মেট্র' ৰে'ল মুকলি প্রধানমন্ত্রীৰ নিয়মীয়া বাৰ্তা অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত - অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত দেশৰ প্রথম চালকবিহীন মেট্র' ৰে'ল মুকলি প্রধানমন্ত্রীৰ দেশৰ ৰাজধানী দিল্লীত চালকবিহীন দেশৰ প্রথম মেট্র' ৰে'ল মুকলি কৰাৰ লগতে নেচনেল কমন ম'বিলিটী কার্ড উদ্বোধন কৰে প্রধানমন্...
ফিলিপাইনছলৈ প্ৰশিক্ষণৰ বাবে আমন্ত্ৰিত শিৱসাগৰৰ জেনিফাৰ পাঠশালাত ৰঞ্জিত দাসৰ দুবছৰীয়া খতিয়ান "উন্নয়নৰ… নগৰবেৰাত দুদিনীয়াকৈ বিশাল নাওখেল প্ৰতিযোগিতা ধুবুৰী সদৰ ডাকঘৰত বিভাগীয় চালকক মাৰপিট ঠিকনা: নিউজ লাইভ বিল্ডিং, খ্ৰীষ্টানবস্তি, গুৱাহাটী – ৫
ভাৰতৰ প্ৰথমগৰাকী মুছলমান মহিলা শিক্ষয়ত্ৰী ফাতিমা শ্বেখ ব্যক্তিত্ব যুৱ পৰিক্ৰমা দেশ বিদেশ মহিলা আৰু শিশু স্বাস্থ্য আৰু স্বচ্ছতা ভাৰতৰ প্ৰথমগৰাকী মুছলমান মহিলা শিক্ষয়ত্ৰী ফাতিমা শ্বেখ ফাতিমা শ্বেখ ভাৰতৰ স্ত্ৰীশিক্ষাৰ অগ্ৰণী যোদ্ধাসকলৰ কথা ক'লে স্বতঃস্ফূর্তভাৱে আমাৰ মনলৈ পোনতেই আছে ফুলে দম্পতীৰ নাম— জ্যোতিৰাও ফুলে আৰু স...
তেওঁলোক আছিল একে সময়তে সমাজ সংস্কাৰক আৰু ভাৰতবৰ্ষত স্ত্রীশিক্ষাৰ বাটকটীয়া
ফুলে দম্পতীৰ লগত আছিল আন এগৰাকী সমাজ সংস্কাৰক, স্ত্রীশিক্ষাৰ যোদ্ধা ফাতিমা শ্বেখ, যিগৰাকীৰ নাম ইতিহাসৰ বুকুত হেৰাই যোৱাৰ উপক্ৰম হৈছিল
এই তিনিগৰাকী সমাজ সংস্কাৰকে ১৮৪৮ চনতেই মহাৰাষ্ট্ৰত ছোৱালীৰ বাবে স্কুল প্রতিষ্ঠা কৰি স্ত্রীশিক্ষাৰ বাট মুকলি কৰিছিল
যি বৰ্ষত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ছেনকাফলছত-ৱ'মেন বাইবেলৰ ৰচয়িতা এলিজাবেথ কেডি ষ্টেনটনে কেইগৰাকীমান সহযোগীৰ সৈতে নাৰী অধিকাৰ অভিৱৰ্তন অনুষ্ঠিত কৰি ভোটাধিকাৰকে ধৰি বাৰদফীয়া দাবীচনদ গ্রহণ কৰিছিল, সেই বৰ্ষত ভাৰতত মাথোঁ নাৰীৰ বাবে স্কুল প্রতিষ্ঠা কৰি শিক্ষাৰ দুৱাৰ খুলিবলৈ আগবাঢ়ি আহিছিল পিচপৰা নিম্ন বৰ্ণৰ ফুলে দম্পতী আৰু তে...
সাবিত্রীবাই ফুলে আৰু ফাতিমা শ্বেখে পিতৃতান্ত্রিক সমাজৰ বিপৰীতে গৈ শিক্ষয়িত্ৰীৰ দায়িত্ব গ্রহণ কৰিছিল
তেওঁলোক দুয়োগৰাকীয়েই খ্ৰীষ্টান মিছনেৰীয়ে পৰিচালনা কৰা শিক্ষক প্ৰশিক্ষণ শিবিৰত প্ৰশিক্ষণ লৈছিল আৰু স্ত্রীশিক্ষাকে ধৰি সমাজ সংস্কাৰৰ আন্দোলনত ওতঃপ্রোতভাৱে জড়িত হৈ পৰিছিল
কিন্তু অত্যন্ত পৰিহাসৰ বিষয় যে স্ত্রীশিক্ষাৰ প্ৰচলন, প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত বাটকটীয়াৰ ভূমিকা লোৱা, দেশৰ প্ৰথমগৰাকী মুছলমান শিক্ষয়িত্রী ফাতিমা শ্বেখ ইতিহাসত উপেক্ষিতা হৈ ৰ'ল
আমাৰ পুৰুষতান্ত্রিক সমাজখনত গুৰুত্বপূৰ্ণ সামাজিক বৰঙণি আগবঢ়াই যোৱা বহু মহিলা পাহৰণিৰ গৰ্ভত জাহ যোৱা পৰিলক্ষিত হৈছে
আমি অৱশ্যে বিশ্বাস কৰো যে কোনো ঐতিহাসিক সত্য চিৰদিনৰ বাবে লুকাই নাথাকে, এদিন নহয় এদিন পোহৰলৈ আহিবই
যি কি নহওক, পাহৰণিৰ গ্ৰাসত পৰা ফাতিমা শ্বেখক ৱেবছাইট গুগলে যোৱা বছৰ ৯ জানুৱাৰীত ১৯১ সংখ্যক জন্ম বার্ষিকী উদযাপনৰ মাজেৰে পোহৰলৈ উলিয়াই আনে আৰু তেতিয়াৰ পৰাহে সামাজিক মাধ্যমত তেওঁৰ সম্পর্কে বহল ভিত্তিত চিন্তা-চৰ্চা আৰম্ভ হয়
ইতিমধ্যে ইতিহাসবিদ, গৱেষক, সংগঠকসকলে অনুসন্ধিৎসু মনেৰে বিষয়টো গুৰুত্বসহকাৰে গৱেষণাৰ সমল হিচাপে গ্ৰহণ কৰা দেখা গৈছে
ফাতিমা শ্বেখ আৰু সাবিত্রীবাই ফুলে ইতিপূর্বে ২০১৪ চনত উর্দু পাঠ্যক্ৰমত মহাৰাষ্ট্ৰ চৰকাৰ আৰু সৌসিদিনা অন্ধ্ৰপ্ৰদেশ চৰকাৰে অষ্টম শ্ৰেণীৰ পাঠ্যক্ৰমত পাঠ সন্নিৱিষ্ট কৰি প্ৰথমগৰাকী মহিলা শিক্ষয়িত্রী তথা সমাজ সংস্কাৰকগৰাকীৰ বিষয়ে নতুনকৈ চিন্তা-চৰ্চা হোৱাৰ পথ মুকলি কৰে
মাথোঁ মহাৰাষ্ট্ৰ, অন্ধ্রপ্রদেশতেই নহয়, সমগ্ৰ দেশৰ শৈক্ষিক পাঠ্যক্ৰমত ফাতিমা শ্বেখৰ সামাজিক সংস্কাৰ আৰু স্ত্রীশিক্ষালৈ আগবঢ়োৱা বৰঙণি অন্তৰ্ভুক্ত কৰা নিতান্তই প্রয়োজন
সাবিত্ৰীবাঈ ফুলেৰ নামত পুনে বিশ্ববিদ্যালয়ৰ পুনৰ নামকৰণৰ দৰেই ফাতিমা শ্বেখকো উপযুক্ত সোঁৱৰণৰ মাজেৰে যথাযোগ্য সম্মান জনোৱাৰ ব্যৱস্থা কৰা উচিত
যি সময়ত শূদ্র, মহিলা, মুছলমান, পিচপৰা, দলিত, অনুসূচিত জাতিৰ লোকসকলক শিক্ষা-দীক্ষাৰ পৰা বঞ্চিত কৰি অহা হৈছিল, সেই সময়ত ফুলে দম্পতী আৰু ফাতিমা শ্বেখে শিক্ষাৰ পোহৰ বিলাই বঞ্চিত-নিপীড়িত সমাজক আলোকিত কৰিছিল
সাবিত্ৰীবাঈ ফুলে আৰু ফাতিমা শ্বেখে স্কুললৈ ল'ৰা-ছোৱালী পঠোৱাৰ বাবে ঘৰে ঘৰে গৈ পিতৃ-মাতৃক বুজাইছিল আৰু অহৰহ প্ৰচা চলাইছিল যদিও নিচেই নগণ্য সংখ্যক অভিভাৱকেহে ল'ৰা-ছোৱালী স্কুললৈ পঠিয়াবলৈ মান্তি হৈছিল
নাৰীশিক্ষাৰ ক্ষেত্ৰত পিতৃতান্ত্রিক সমাজৰ নাৰীবিৰোধী চিন্তা,গোড়ামি, অন্ধবিশ্বাস, কুসংস্কাৰ আদি এলান্ধুকলীয়া ধ্যান-ধাৰণাবোৰ প্রধান প্রতিবন্ধক হৈ উঠিছিল
আনকি নাৰীক পঢ়িবলৈ পঠোৱা কাৰ্যক 'পাপ' বুলি গণ্য কৰা হৈছিল
এই কাম কৰিবলৈ গৈ তেওঁলোক ঊনবিংশ শতিকাৰ পশ্চাদপদ, ৰক্ষণশীল সমাজখনৰ পৰা নানা ধৰণৰ বাধাৰ সন্মুখীন হৈছিল
তেওঁলোক ৰাস্তাৰে গৈ থকা সময়ত উচ্চবৰ্ণৰ পুৰুষ-মহিলাই তেওঁলোকৰ গালৈ শিলগুটি, গোবৰ, বোকা, গেলা কণী আদি দলিয়াইছিল, ককৰ্থনা কৰিছিল, চিঞৰি চিঞৰি অশ্রাব্য ভাষাৰে গালি দিছিল
আনকি এনেকুৱা অৱস্থা হৈছিলগৈ যে স্কুললৈ যাওতে সাবিত্রীবাঈয়ে বেগত এখন শাৰী লৈ গৈছিল আৰু বোকা, গোবৰ লগা শাৰীখন স্কুলত সলাই লৈছিল আৰু স্কুল ছুটীৰ পিচত পুনৰ লেতেৰাখন পিন্ধি গৃহমুখী হৈছিল
কিন্তু সমস্ত বাধা নেওচি তেওঁলোক নিজ লক্ষ্যত দৃঢ়তাৰে আগুৱাই গৈছিল আৰু অতি লেহেমীয়া গতিত হ'লেও ক্ৰমান্বয়ে তেওঁলোকৰ প্ৰতি সঁহাৰি জনোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছিল
অন্ধ্ৰপ্ৰদেশৰ এখন স্কুলত ফাতিমা শ্বেখৰ প্ৰতিমূৰ্তি উন্মোচন কৰাৰ এক দৃশ্য উল্লেখযোগ্য যে মহিলা, দলিত, পশ্চাদপদ বর্ণৰ লোকসকলক শিক্ষাদান আৰু বিভিন্ন সংস্কাৰবাদী কাম-কাজৰ লগত জড়িত হোৱাৰ অপৰাধত জ্যোতিৰাওৰ দেউতাকে তেওঁলোকক ঘৰৰ পৰা বাহিৰ কৰি দিছিল
আশ্রয়হীন হৈ তেওঁলোকে তেতিয়া ফাতিমা শ্বেখৰ ভ্ৰাতৃ ওছমান শ্বেখৰ সহৃদয়তাত তেওঁৰ পুনেৰ ঘৰত আশ্ৰয় লৈ থাকিবলৈ বাধ্য হৈছিল
তাৰ বাবে ওছমান আৰু বিশেষকৈ ফাতিমা শ্বেখে সমাজৰ পৰা বহু লাঞ্ছনা-গঞ্জনা সহ্য কৰিবলগা হৈছিল
সমাজৰ সকলো ধৰণৰ ধৰ্মীয় বাধা, ঘৃণাক আওকাণ কৰি ওছমান শ্বেখে ফুলে দম্পতীক থাকিবলৈ দিয়াৰ উপৰি ওছমান শ্বেখৰ ঘৰতেই সৰ্বপ্ৰথমে স্কুল খুলি (নাম দিয়া হৈছিল সকলো নিম্নবর্ণ-সম্প্রদায়, মুছলমান মহিলা আৰু দৰিদ্ৰ শ্ৰেণীৰ ছোৱালীক শিক্ষাদান কৰা হৈছিল আৰু ফুলে দম্পতীৰ সৈতে ফাতিমা শ্বেখে শিক্ষয়িত্ৰীৰ দায়িত্ব বহন কৰিছিল
স্ত্রীশিক্ষাক জীৱনৰ প্রত্যাহ্বান হিচাপে লৈ তেওঁলোকে মহাৰাষ্ট্ৰত পাঁচখন স্ত্রীশিক্ষাৰ বিদ্যালয় প্রতিষ্ঠা কৰিছিল
নিৰাশ্ৰয় বাল-বিধৱাৰ আশ্ৰয় আৰু গৰ্ভৱতী বিধৱা মহিলাৰ বাবে তেওঁলোকে আশ্ৰয় গৃহ স্থাপন কৰিছিল
সাবিত্ৰীবাঈ আৰু ফাতিমা শ্বেখে নাৰ্ছিং প্রশিক্ষণ লৈ গৰ্ভৱতী মহিলাক চিকিৎসা প্ৰদান কৰিছিল
তদুপৰি শ্ৰমিক আৰু তেওঁলোকৰ ল'ৰা-ছোৱালীৰ শিক্ষাৰ বাবে 'নাইট স্কুল' খুলি শিক্ষাদান কৰিছিল
শেহতীয়াকৈ সদৌ ভাৰত প্ৰগতিশীল নাৰী সন্থাকে ধৰি দেশৰ নাৰী সংগঠনসমূহে ফাতিমা শ্বেখৰ অৱদানক শ্ৰদ্ধাৰে সোঁৱৰণ কৰি দুয়োগৰাকী বাটকটীয়া মহিলা নেত্ৰীৰ জন্ম দিৱস উদযাপন কৰিছে
এই বৰ্ষত প্ৰগতিশীল নাৰী সন্থাই সাবিত্ৰীবাই ফুলেৰ জন্ম দিৱসৰ পৰা ফাতিমা শ্বেখৰ জন্ম দিৱসলৈকে (৩–৯ জানুৱাৰী) সপ্তাহজোৰা কাৰ্যসূচী দেশজুৰি পালন কৰি দেশৰ সকলো বালিকাক শিক্ষাদান কৰা, প্ৰতিখন পঞ্চায়তত হাইস্কুল আৰু ব্লক পৰ্যায়ত একোখনকৈ কলেজ স্থাপন কৰি স্ত্ৰীশিক্ষা নিশ্চিত কৰা, শিক্ষাৰ ব্যক্তিগতকৰণ বন্ধ কৰা, ছোৱালীৰ কৰ্মসংস্...
বিগত বৰ্ষত গুগল ডুডলে ফাতিমা শ্বেখৰ জন্মদিনত শ্ৰদ্ধাৰে সোঁৱৰিছিল ১৮৩১ চনৰ ১ জানুৱাৰীত এটি আঢ্যৱন্ত মুছলমান পৰিয়ালত জন্মগ্ৰহণ কৰা ফাতিমা শ্বেখৰ পৰিয়ালটো উত্তৰ প্ৰদেশৰ পৰা মহাৰাষ্ট্ৰলৈ আহিছিল
সৰুতেই পিতৃ-মাতৃৰ বিয়োগ ঘটাৰ ফলত তেওঁ আৰু ককায়েক ওছমান শ্বেখৰ অভিভাৱকৰ দায়িত্ব পালন কৰিছিল শ্বেখৰ দেউতাকৰ বন্ধু মুন্সিফ গস্ফৰ বেগে, যিগৰাকী উর্দু আৰু পাৰ্চী দুয়োটা ভাষাৰ শিক্ষক আছিল
এইখিনিতে উল্লেখ কৰা উচিত হ'ব যে ফাতিমা শ্বেখ সম্পর্কত আজিও তথ্যপাতিৰ অভাৱ
আশাকৰো, অনুসন্ধানী গৱেষকসকলে চলাই থকা গৱেষণাই আগত দিনত নিশ্চিত তথ্যৰ সন্ধান দিব পাৰিব
ফাতিমা শ্বেখৰ এক প্ৰতিনিধিত্বমূলক ছবি ফাতিমা শ্বেখ, জ্যোতিৰাও ফুলে আৰু সাবিত্রীবাই ফুলে— এই তিনিওগৰাকী আছিল ঊনবিংশ শতিকাৰ তিমিৰাচ্ছন্ন সমাজখনত পোহৰ বিলোৱা সমাজ সংস্কাৰক
সমাজৰ কৌটিকলীয়া ৰীতি-নীতি, আওপুৰণি ধ্যান-ধাৰণা, সহমৰণ, বাল্য বিবাহ, যৌতুক, অন্ধবিশ্বাস- কুসংস্কাৰৰ বিৰুদ্ধে তেওঁলোকে যুঁজিছিল আৰু স্ত্রীশিক্ষাদানৰ মাধ্যমেৰে সেই সংগ্রাম কোবাল হৈ উঠিছিল
তাহানি ডেৰশ-দুশ বছৰৰ পূৰ্বেই এইসকল সমাজ সংস্কাৰকে যিবোৰ বিষয় উত্থাপন কৰিছিল, তাৰ বহুবোৰ প্রশ্ন আজি একবিংশ শতিকাতো অমীমাংসিত হৈ আছে, যিবোৰ বিষয় আজিও প্রাসংগিক
) সমগ্ৰ বিশ্বতে হস্ততাঁতে পুনৰ জনপ্ৰিয়তা লাভ কৰিছে ৩৪ বছৰৰ পাছত শ্ৰীনগৰৰ ৰাজপথত দেখা গ'ল মহৰমৰ পৰম্পৰাগত শোভাযাত্ৰা মহৰমৰ শোভাযাত্ৰাত ভাৰতীয় সংস্কৃতিৰ আভাস পবিত্ৰ অমৰনাথ যাত্ৰাত মুছলমানৰ কান্ধত হিন্দু তীৰ্থযাত্ৰী ভক্তি আন্দোলনৰ বাটেৰে মাধৱদেৱ কিছু চিন্তা ভাৰতৰ আভ্যন্তৰীণ সুৰক্ষা আৰু জি-২০ শীৰ্ষ সন্মিলন ক্ৰীড়াই সমন্ব...
অসমীয়া বাংলা बोड़ो डोगरी ગુજરાતી ಕನ್ನಡ كأشُر कोंकणी संथाली মনিপুরি नेपाली ଓରିୟା ਪੰਜਾਬੀ संस्कृत தமிழ் తెలుగు ردو সমাজ কল্যাণ উচ্চাকাংক্ষী জিলাসমূহ কৃষি ইনপুট শস্য উৎপাদন শস্য চপোৱাৰ পিছত প্ৰযুক্তি হাঁহ-কুকুৰা অধিক চাওক মহিলাৰ স্বাস্থ্য শিশুৰ স্বাস্থ্য অধিক চাওক শিশু অধিকাৰ নীতি/আঁচনিসমূহ শিশুৰ কৰ্ণাৰ শিক্ষকৰ কৰ্ণাৰ অনল...
ইয়াৰ জৰিয়তে ৰাইজলৈ সুনিশ্চিত তথ্যৰ যোগান, তথ্যৰ জ্ঞান, তথ্য প্ৰযুক্তি আৰু যোগাযোগ সেৱা আৰু সামগ্ৰীৰ সুবিধাসমূহ আগবঢ়োৱাৰ চেষ্টা কৰা হৈছে
আইএনডিজি প্ৰকল্পটো ভাৰত চৰকাৰৰ বৈদ্যুতিন আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয় ৰ সহায়ত চেণ্টাৰ ফ'ৰ ডেভেলপমেণ্ট অব এডভান্স কম্পিউটিং, হায়দৰাবাদ ৰ দ্বাৰা কাৰ্য্যকৰী কৰা হৈছে
আমাৰ বিষয়ে আমাৰ সৈতে যোগসূত্ৰ আমাৰ লগত যোগাযোগ কৰক পৰ্টেলৰ নীতিসমূহ স্থানমানচিত্ৰ আপোনাৰ মতামত দিয়ক বিকাশপেডিয়া এপ্প ডাউনলোড কৰক শেহতীয়া উন্নীতকৰণ: © চি-ডেক
মূল পৃষ্ঠা অনাময় অসম চৰকাৰ, ভাৰত মই প্ৰৱেশ কৰিছো জনস্বাস্থ্য কাৰিকৰী বিভাগ সূচনা আৰু সেৱা সঘনাই সোধা প্ৰশ্ন নীতি নিৰ্দ্দেশিকা সভাৰ কাৰ্য্যবিবৰণী কাৰ্য্যালয়ৰ স্মাৰক কাৰ্য্যালয়ৰ আদেশ আমাৰ সম্পর্কে আমাৰ বিষয়ে আমি কি কৰো যোগাযোগ কৰক সঘনাই সোধা প্ৰশ্ন মতামত জনাব স্বচ্ছ ভাৰত মিছন (গ্ৰামীন) গোটা আৰু পনীয়া আৱৰ্জনা পৰিচালন...