text
stringlengths
20
85.1k
শিৰোনামটো ইয়াত লিখিব শেহতীয়া তথ্য শিৰোনামটো ইয়াত লিখিব স্বচ্ছ ভাৰত অভিযান গ্ৰামীন বাৰ্ষিক কাৰ্য্যকৰীকৰণ আঁচনি সামাজিক অংশীদাৰিত্ব মুকলিত মল ত্যাগ মুক্তৰ নিৰ্বাহন বাস্তবিক প্ৰগতি তথ্য আৰু সেৱাসমূহ প্ৰতিলিপি অধিকাৰ নীতি ওপৰঞ্চি সংযোগ নীতি গোপনীয়তাৰ নীতি প্রবেশাধিকাৰ বিবৃতি ব্যৱহাৰৰ স্বর্তাৱলীসমূহ স্ক্ৰীন ৰীডাৰ বিষয়ব...
সেউজ বিপ্লৱ-নীল বিপ্লৱ-শ্বেত বিপ্লৱেৰে অভিলেখ গঢ়া জনতা পূনৰ প্ৰলয়ৰ শংকাত সেউজ বিপ্লৱ-নীল বিপ্লৱ-শ্বেত বিপ্লৱেৰে অভিলেখ গঢ়া জনতা পূনৰ প্ৰলয়ৰ শংকাত বান্ধ মেৰামতি নকৰিলে ভয়ানক বানৰ সন্মুখীন হব জিলাবাসী আতংকিত হৈছে জনতা প্ৰশাসন আৰু জলসম্পদ বিভাগে দৃঢ় পদক্ষেপ লৈ ব্ৰহ্মপুত্ৰ আ বান্ধ মেৰামতি নকৰিলে ভয়ানক বানৰ সন্মুখীন ...
একেদৰে অভিলেখ সৃষ্টিকাৰী দুগ্ধ উৎপাদনেৰে মৰিগাঁও জিলা শ্বেত বিপ্লৱতো আন জিলাতকৈ বহু আগত
এই তিনি বিপ্লৱেৰে অসমৰ অৰ্থনীতিলৈ বিশেষ বৰঙণি যোগাই আহিছে জিলাখনৰ জনতাই
পিছে প্ৰতি বছৰে বানপানীয়ে মৰিগাঁও জিলাৰ জনতাৰ বিস্তৰ ক্ষতি কৰে
সেয়া হ'ল- প্ৰশাসন আৰু জলসম্পদ বিভাগে দৃঢ় পদক্ষেপ লৈ জিলাখনৰ ব্ৰহ্মপুত্ৰ আৰু কলং নদীৰ জৰাজীৰ্ণ বান্ধ সমূহ মেৰামতি নকৰিলে এইবাৰ মৰিগাঁৱত বানে প্ৰলয়ৰ সৃষ্টি কৰিব
এই অংশৰে যোৱাবাৰ পানী সোমাই জিলাখনত কেইবাটাও বানৰ সৃষ্টি কৰিছিল
জিলা খনৰ ভূৰাগাঁও ৰাজহ চক্ৰ আৰু মায়ং ৰাজহ চক্ৰৰ অন্তৰ্গত দিঘলিআটীৰ পৰা আমবাগানলৈ পাঁচ কিলোমিটাৰ অংশ আৰু সুঁতিৰ পাৰৰ পৰা খাটবড়ীলৈ সাত কিলোমিটাৰ অংশ উন্মুক্ত অৱস্হাত আছে
এই দুয়োটা উন্মুক্ত অংশত বান্ধ নিৰ্মান কৰিবৰ বাবে অঞ্চল বাসীয়ে দাবী কৰি আহিছে
ইফালে এই বান্ধবোৰৰ সন্দৰ্ভত জিলা জলসম্পদ বিভাগ আৰু জিলা প্ৰশাসনৰে যোগাযোগ কৰাত় যোৱা বছৰৰ বানৰ পাছতে দীঘলিআটীৰ পৰা আমবাগানলৈ আৰু সুঁতিৰ পাৰৰ পৰা খাটবড়ীলৈ বান্ধ দুটা নিৰ্মাণৰ বাবে জলসম্পদ বিভাগে ক্ৰমে ২০ কোটি আৰু ৩৫ কোটি টকীয়াৰ দুখন আঁচনি প্ৰস্তুত কৰি দুয়োটা স্হানতে বান্ধ নিৰ্মাণৰ বাবে যাৱতীয় ব্যৱস্হা গ্ৰহণ কৰাৰ কথা...
অকল ইমানেই নহয় বান্ধ দুটাৰ বাবে প্ৰস্তুত কৰা আঁচনি দুখন ডি ডি এমত অনুমোদন কৰাই অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্হাপনা বিভাগলৈ প্ৰেৰণ কৰা হৈছিল বুলিও জানিব দিছিল
যাৰ ফলত খৰালিৰ পাছতে বৰষুণ দিবলৈ আৰম্ভ কৰিলে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ সামান্য বৃদ্ধি পোৱা মাত্ৰকে এই উন্মুক্ত দুই অংশৰে পানী সোমাই ভয়ানক বানৰ সৃষ্টি কৰিব মৰিগাঁও জিলাৰ উত্তৰ পশ্চিমাঞ্চলত
ইফালে কলং নদীৰ সৰুআটি বান্ধটো জোৰা টাপলি মাৰি যোৱা বছৰ বানৰ মাজতে দিনে নিশাই কাম কৰি জলসম্পদ বিভাগে কোনোমতে চিগিব নিদি ভয়ানক পৰিস্হিতিৰ পৰা জিলা খনক ৰক্ষা কৰিছিল
এইবাৰ সেই বান্ধটোৰ লগতে কলং নদীৰ বৰদল, বেলগুৰি, মনিপুৰ টুপ আদি বান্ধ কেইটাৰ অৱস্হাও এইবাৰ অতি সংকট জনক হৈ আছে
বান্ধ কেইটাৰ মেৰামতি জানুৱাৰী মাহতে নকৰিলে কলং নদীয়েও মৰিগাঁও জিলাত ভয়ানক বানৰ সৃষ্টি কৰিব
যোৱা বৰ্ষত টেঙাগুৰিত এছ অ পি ডিৰ ১৫ কোটি টকা ব্যয় সাপেক্ষ বান্ধটোৰ নিৰ্মাণ প্ৰায় সম্পন্ন কৰিলে যদিও বৰ্তমান কলং নদীয়ে বিভিন্ন স্হানত খহনীয়াৰ সৃষ্টি কৰাৰ দৰেই টেঙাগুৰিৰ বিভিন্ন অঞ্চলত চলি থকা ব্ৰহ্মপুত্ৰৰ খহনীয়াই টেঙাগুৰিৰ নৱ নিৰ্মিত ১৫ কোটি টকীয়া বান্ধটোলৈ তীব্ৰ প্ৰত্যাহ্বান কঢ়িয়াই আনিছে
লাহৰীঘাটৰ কাঠনি অঞ্চলত যোৱা বৰ্ষত খৰালি কালতে পেলোৱা পাৰ্কোপাইন সমূহে কাঠনি অঞ্চলৰ খহনীয়া প্ৰতিৰোধত যথেষ্ট সহায় কৰিছে
কাঠনিৰ আৰ্হি গ্ৰহণ কৰি অনুৰূপ ব্যৱস্হা টেঙাগুৰিতো খহনীয়া সৃষ্টি হোৱা অঞ্চল সমূহত গ্ৰহণ কৰি খৰালি কালতে কিছু পাৰ্কোপাইন পেলোৱাৰ ব্যৱস্হা কৰিলে সুফল পোৱা যাব বুলি আশা কৰিব পাৰি
কিন্তু বৰ্তমানলৈকে মথাউৰীটো ৰক্ষা কৰিবৰ বাবে মৰিগাঁও জলসম্পদ বিভাগ বা জিলা প্ৰশাসনে কোনো ব্যৱস্হা হাতত লোৱা নাই
এই মথাউৰী নিৰ্মান সম্পূৰ্ণ নকৰিলে আগন্তুক বৰ্ষত মৰিগাঁও জিলাবাসী বানত যে ককবকাব লাগিব সেয়া প্ৰায় নিশ্চিত
সেয়ে সময় থাকোতে উপযুক্ত পদক্ষেপ গ্ৰহণ কৰি ২০২১ ত মৰিগাঁও জিলা খনক ভয়ংকৰ বান আৰু খহনীয়াৰ পৰা উদ্ধাৰ কৰিবলৈ মৰিগাঁও জিলা উপায়ুক্তক দাবী জনাইছে অঞ্চলবাসীয়ে
জিলা উপায়ুক্ত আৰু জলসম্পদ বিভাগে দৃঢ় পদক্ষেপ নললে ভয়ংকৰ পৰিস্হিতিৰ সৃষ্টি হব মৰিগাঁৱত
সেউজ বিপ্লৱ, নীল বিপ্লৱ, শ্বেত বিপ্লৱৰ ৰণুৱা মৰিগাঁও বাসীৰ সমস্যাক গুৰুত্ব দিবনে
হোমেন বৰগোহাঞি শ্ৰদ্ধাৰ্ঘ-গল্পঃ ইস্মাইল শ্বেখৰ সন্ধানত বিজেপিৰ ১ লাখ চাকৰিত থাকিব নে এছ আই পৰীক্ষা উত্তীৰ্ন প্ৰাৰ্থী
বেয়া কবিতাৰ সপক্ষে--হোমেন বৰগোহাঞি কৰম আহিছে সাজু অসমৰ কৰমতী সকল আদিবাসী চাহ জনজাতি সকলৰ কৰম পৰৱ আহিছে পূজাৰ কাহিনী কোৱা বুঢ়া নিৰ্দেশ অনুসৰি এগচি চাকি জ্বলাই কৰি ধূপ-ধূনা দি পবিত্ৰ অন্তৰেৰে মনৰ আশা পূ ধাৰাবাহিক উপন্যাস: হেদাঙত হেমেজু আদিবাসী সংগ্ৰামী সত্বাৰ অন্য নাম--লক্ষ্মী ওৰাং বিধৱা নাৰীৰ সংগ্ৰামী জীৱন-গাঁথা কৰম আ...
নাৰীসকলৰ প্ৰাকৃতিক ৰক্তস্ৰাৱ সম্পৰ্কীয় বিধি-বিধান নাৰীসকলৰ প্ৰাকৃতিক ৰক্তস্ৰাৱ সম্পৰ্কীয় বিধি-বিধান শ্বাইখ মুহাম্মদ বিন ছলেহ আল উছাইমীন নাৰীসকলৰ প্ৰাকৃতিক ৰক্তস্ৰাৱ সম্পৰ্কীয় বিধি-বিধান নাৰীসকলৰ প্ৰাকৃতিক ৰক্তস্ৰাৱ সম্পৰ্কীয় বিধি-বিধান প্ৰথম অধ্যায়: হায়েজৰ অৰ্থ আৰু ইয়াৰ হিকমত বা সৃষ্টিৰ ৰহস্য
পঞ্চম পৰিচ্ছেদঃ ইস্তেহাজা আৰু ইয়াৰ বিধানসমূহ ষষ্ঠ পৰিচ্ছেদঃ নিফাছ আৰু ইয়াৰ বিধি-বিধান সপ্তম অধ্যায়: হায়েজ প্রতিৰোধক অথবা সঞ্চালক আৰু জন্ম নিয়ন্ত্রণকাৰী নাইবা গৰ্ভপাতকাৰী ঔষধ ব্যৱহাৰ কৰাৰ চৰীয়তি বিধান
বিষয়বস্তু নাৰীসকলৰ প্ৰাকৃতিক ৰক্তস্ৰাৱ সম্পৰ্কীয় বিধি-বিধান লেখকঃ ফাজিলাতুশ্ব শ্বাইখ আল্লামা মুহাম্মদ বিন চলেহ আল-উছাইমীন আল্লাহে তেওঁক, লগতে তেওঁৰ পিতৃ-মাতৃ আৰু সকলো মুছলমানকে ক্ষমা কৰক
সকলো ধৰণৰ প্ৰশংসা একমাত্ৰ আল্লাহৰ বাবে, আমি তেওঁৰ ওচৰতেই নিজৰ আত্মাৰ কুমন্ত্ৰণাৰ পৰা আৰু নিজৰ যাক হিদায়ত দিয়ে, তাক পথভ্ৰষ্ট কৰিব পৰা কোনো নাই
লগতে মই সাক্ষ্য দিওঁ যে, আল্লাহৰ বাহিৰে আন কোনো অংশীদাৰ নাই
মই আৰু সাক্ষ্য দিওঁ যে, মুহাম্মদ হৈছে তেওঁৰ আৰু তেওঁৰ পৰিয়ালবৰ্গৰ ওপৰত, লগতে চাহাবাসকলৰ ওপৰত হয়: যেনে- হায়েজ (মাহেকীয়া ৰক্তস্ৰাৱ)
ইস্তিহাজা বোলে সন্তান প্রসৱৰ পিছত কৰাটো অতিকৈ জৰুৰী, লগতে এইবোৰৰ বিষয়ে আত্মিক প্রশান্তি, মানসিক স্থিৰতা, মনৰ আনন্দৰ লগতে নিজেই সাব্যস্ত হ'বলৈ চৰীয়তৰ প্ৰমাণৰ দলীল হ'ব পাৰে
কিন্তু চৰ্ত ছুন্নাহৰ বিপৰীত নহয়, এইদৰে আন কোনো ওৱাজিব হৈ পৰে
আনহাতে যদি দুজন চাহাবীৰ সিদ্ধান্তত বৈপৰীত্য দেখা দিয়ে, তেন্তে দুয়োটা মতৰ গ্রহণ কৰিব লাগিব
কিয়নো আল্লাহ যদি তোমালোকৰ মাজত কোনো বিষয়লৈ মতভেদ ঘটে তেন্তে সেয়া উপস্থাপন কৰা আল্লাহ আৰু তেওঁৰ ৰাছুলৰ ওচৰত, যদি তোমালোকে আল্লাহ আৰু আখিৰাতক বিশ্বাস কৰা
(ছুৰা নিছাঃ ৫৯) এইখন এখন সংক্ষিপ্ত তথা সৰু কিতাপ, য'ত নাৰী সেই সম্পৰ্কীয় বিধি-বিধান বৰ্ণনা কৰা কিতাপখন নিম্নলিখিত অধ্যায়সমূহৰ দ্বাৰা গঠিত
সপ্তম অধ্যায়: হায়েজ প্রতিৰোধক অথবা সঞ্চালক আৰু জন্ম নিয়ন্ত্রণকাৰী নাইবা গৰ্ভপাতকাৰী ঔষধ ব্যৱহাৰ সম্পৰ্কীয় চৰীয়তি বিধান
প্ৰথম অধ্যায়: হায়েজৰ অৰ্থ আৰু ইয়াৰ হিকমত বা সৃষ্টিৰ ৰহস্য
আৰবী হায়েজ শব্দৰ আভিধানিক অৰ্থ হৈছে, কিবা নিৰ্গত হোৱা তথা প্রবাহিত হোৱা
চৰীয়তৰ পৰিভাষাত হায়েজ কোনো কাৰণ নোহোৱাকৈয়ে নিৰ্দিষ্ট সময়ত নাৰীৰ যৌনাংগৰে নিৰ্গত হয়
অসুস্থতা, আঘাত, গৰ্ভপাত অথবা প্রসৱৰ অৱস্থা আৰু পৰিৱেশ-পৰিস্থিতিৰ ভিন্নতাৰ কাৰণে পোৱা যায়
আনকি কোনো শিশুৱে মুখেৰে নোখোৱাকৈয়ে তথা হজম নকৰাকৈয়ে সৃষ্টিৰ মূল ৰহস্য
এই অধ্যায়ত দুটা হ'ব: প্ৰথম বিষয়টো হৈছে, নাৰীসকলৰ হায়েজ বা হয়
প্রথম বিষয়: সাধাৰণতে ১২ কেতিয়াবা কেতিয়াবা অৱস্থা, জলবায়ু আৰু পৰিৱেশ-পৰিস্থিতিৰ পৰিপ্রেক্ষিতত উল্লিখিত পিছলৈও হায়েজ হ'ব পাৰে
ইমাম আদ-দাৰেমী ৰাহিমাহুল্লাহে এই প্ৰসংগত উলামাসকলৰ কৰি কৈছে যে, "মোৰ দৃষ্টিত এইবোৰৰ এটাও ঠিক নহয়
এই তেজ যিমান পৰিমাণতে ওলাওক, যি পৰিস্থিতিতে ওলাওক সঠিক বুলি ভাবোঁ
এতেকে, যি বয়সতেই নাৰীয়ে তেওঁৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে হায়েজ সম্পৰ্কীয় যাৱতীয় বিধি-বিধান তেজ দেখা কৰি বৰ্ণনা কৰিছে, আৰু ইয়াৰ বাবে ৰখা উচিত যে, ঋতুস্ৰাৱক কোনো নিৰ্দিষ্ট থাকিব পাৰে
এই বিষয়েও ওলামাসকলৰ দেখিবলৈ পোৱা যায়, আনকি এই বিষয়ে সাতটা অভিমত আছে
ইবনুল মুনজিৰ ৰাহিমাহুল্লাহ আৰু ফিকাহবিদসকলৰ এটা দলে কৈছে নিৰ্দিষ্ট সীমা-ৰেখা নাই
মোৰ মতে এই উক্ত অভিমতৰ দৰেই, যিটোক শ্বাইখুল ইছলাম ইবনে তাইমিয়্যাহ ৰাহিমাহুল্লাহে গ্রহণ কৰিছে আৰু প্রমাণিত হয়
এতেকে তোমালোকে হায়েজ অৱস্থাত স্ত্ৰী-সংগমৰ পৰা বিৰত থাকা আৰু পৱিত্ৰ নোহোৱালৈকে (সংগমৰ বাবে) সিহঁতৰ নিকটৱৰ্তী নহ'বা
[ছুৰা স্ত্রী মিলনৰ নিষেধাজ্ঞাৰ শেষ সীমা নিৰ্ধাৰণ গ'ল যে, ঋতুস্ৰাৱ থকা আৰু বিধি-বিধানসমূহৰ মূল ভিত্তি
গতিকে ঋতুস্ৰাৱ বিধি-বিধানসমূহ কাৰ্যকৰী হ'ব আৰু যেতিয়াই তেজ বন্ধ হ'ব বা পৱিত্রতা বৰ্ণিত আছে যে, আয়িশ্বা ৰাদ্বিয়াল্লাহু আনহা যে, "তুমি সেই সকলোবোৰ কাম কৰিব পাৰিবা যিবোৰ হাজীসকলে কৰিব লাগে, কিন্তু পৱিত্ৰ নোহোৱালৈকে কেৱল কাবা ঘৰৰ তাৱাফ কৰিব নোৱাৰিবা
" আয়িশ্বা ৰাদ্বিয়াল্লাহু আনহাই কৈছে, মই কোৰবানীৰ দিনা পৱিত্ৰ হৈছিলোঁ
" ছহীহ বুখাৰী আৰু আহিছে: "নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক কৈছিল: তুমি পৱিত্র নোহোৱালৈকে অপেক্ষা কৰা, পৱিত্র হোৱাৰ পিছত ইহৰাম বান্ধিবলৈ তানঈমলৈ যাবাগৈ
তৃতীয় দলিল: ফিকাহবিদসকলৰ হায়েজ বাবে অত্যাৱশ্যকীয় হ'লহেঁতেন তেনেহ'লে নিশ্চয় এই বিষয়টো স্পষ্টভাৱে বৰ্ণনা কৰিলেহেঁতেন
কিয়নো চালাত, চওম, বিবাহ, তালাক আৰু এইদৰে জাকাতৰ সম্পদ, নিচাব বা ইয়াৰ জাকাত বিতৰণৰ শিতান, চওম বা ৰোজা আৰু ইয়াৰ সময়-সীমা লগতে হজ্জ স্পষ্টভাৱে বৰ্ণনা কৰিছে
আনকি খোৱা-বোৱাৰ নিয়ম-নীতি, টোপনিৰ নিয়ম-নীতি, হোৱাৰ নিয়ম-নীতি, শৌচ-প্ৰস্ৰাৱৰ নিয়ম-নীতিও বৰ্ণনা কৰিছে
কেৱল এয়াই নহয় বৰং শৌচ-প্ৰস্ৰাৱৰ সময়ত ব্যৱহাৰ আৰু মুমিন বান্দাসকলৰ ওপৰত নিজৰ নি'আমত সম্পূৰ্ণ কৰিছে
যেনে- মহান আল্লাহে প্ৰতিটো বস্তুৰ সুস্পষ্ট বৰ্ণনা সহকাৰে তোমাৰ ওপৰত কোৰআন অৱতীৰ্ণ কৰিছোঁ
'' [ছুৰা আন-নাহল, এইদৰে আন এঠাইত কোনো মনেসজা কথাৰ সমষ্টি নহয়, বৰং এইখন হৈছে পূৰ্বৱৰ্তী গ্রন্থৰ সমৰ্থক আৰু প্রত্যেক বস্তুৰ সুস্পষ্ট বিৱৰণ
নিৰ্ভৰতাৰ প্রয়োজন এই বিষয়টো হায়েজ (ঋতুস্ৰাৱ) সম্পৰ্কীয় মাছআলাসহ অন্যান্য গ্ৰহণ কৰা নাই
শ্বাইখুল ইছলাম ইবনে তাইমিয়্যাহ ৰাহিমাহুল্লাহে এটা নীতিমালা বৰ্ণনা হাদীছত আল্লাহ তা'আলাই ঋতুস্ৰাৱৰ সৈতে সংশ্লিষ্ট কেইবাটাও বিধি-বিধান বা হুকুম-আহকাম বৰ্ণনা কৰিছে, কিন্তু ঋতুস্ৰাৱ কিমান দিনলৈ থাকিব পাৰে, ইয়াৰ সৰ্বনিম্ন আৰু হাদীছৰহে বিৰুদ্ধাচৰণ কৰিব"
এইক্ষেত্রত ঋতুস্ৰাৱৰ প্রথম আৰু তৃতীয় আৰু চতুৰ্থ, ১৫তম আৰু ১৬তম, এইদৰে ১৭তম আৰু কোনো পাৰ্থক্য নাই
এইটো বিশুদ্ধ কিয়াছৰ উভয় দিনকে বিধি-বিধানৰ ফালৰ পৰা সমান গণ্য নকৰেনে
পঞ্চম দলিল: ঋতুস্ৰাৱৰ বাবে সময়-সীমা নিৰ্ধাৰণকাৰীসকলৰ মাজত পাৰস্পৰিক মতভেদ দিয়াৰ যোগ্য নহয়
তেনে ক্ষেত্ৰত স্পষ্ট হৈ গ'ল যে, ঋতুস্ৰাৱৰ সৰ্বনিম্ন নাই তেন্তে সেইটোক) হায়েজৰ তেজ বুলি বয়স আৰু সময়-সীমা নিৰ্দিষ্ট নাই
কিন্তু, এই তেজ আৰু ইয়াৰ বিধি-বিধান সক্ৰান্তীয় বিৱৰণ শীঘ্রেই সন্মানিত পাঠকবৃন্দৰ আগত উপস্থাপন কৰা ইছলাম ইবনে তাইমিয়্যাহ ৰাহিমাহুল্লাহে হায়েজ সম্পৰ্কে কৈছে, "নাৰীসকলৰ ৰেহেমৰ (গৰ্ভাশয়ৰ) পৰা যি কৰা হ'ব যেতিয়ালৈকে ইস্তেহাজাৰ তেজ বুলি আৰু কৈছেঃ "নাৰীৰ লজ্জাস্থানৰ পৰা ওলোৱা তেজ গণ্য কৰা হ'ব"
এই অভিমতটো সময়-সীমা নিৰ্ধাৰণকাৰীসকলৰ অভিমতৰ তুলনাত দলিল-প্রমাণৰ ফালৰ পৰা ইয়াৰ সৰলতাবাদী সিদ্ধান্তৰ অনুৰূপ হোৱাৰ কাৰণে তেওঁ দ্বীনৰ ক্ষেত্ৰত তোমালোকৰ ওপৰত কোনো কঠোৰতা আৰোপ কৰা নাই
" [ছুৰা আল-হাজ্জ, আৰু নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "নিশ্চয় দ্বীন হৈছে সহজ
গতিকে তোমালোকে সদায় মধ্যম পন্থা অৱলম্বন কৰা, দ্বীনৰ নিকটৱৰ্তী হোৱা, লগতে নেক আমলৰ প্ৰতিদান কামনা কৰা
" নবী চাল্লাল্লাহু আলাইহি বৈশিষ্ট্য আছিল যে, যেতিয়া তেখেতক কোনো গ্ৰহণ কৰিছিল
গৰ্ভৱতী মহিলাৰ ঋতুস্ৰাৱ সাধাৰণতে নাৰী যেতিয়া আহমদ ৰাহিমাহুল্লাহে কৈছেঃ "ঋতুস্ৰাৱ বন্ধ হোৱাৰ বুলি প্রমাণিত হয়"
ইবনে তাইমিয়্যাহ ৰাহিমাহুল্লাহেও এই মতটোকে উল্লেখ কৰিছে যে, ইমাম আহমদ ৰাহিমাহুল্লাহে ইমাম মালিক আৰু ইমাম শ্বাফেয়ী ৰাহিমাহুল্লাহৰ উক্ত মতামতৰ পিনে প্রত্যাৱৰ্তন কৰিছিল
ইয়াৰ ওপৰত ভিত্তি হায়েজৰ সেইবোৰ নিয়ম-নীতি পালন কৰিব লাগিব যিবোৰ নিয়ম- নীতি সাধাৰণ মহিলাই ব্যতিক্ৰম আছে: গৰ্ভৱতী অৱস্থাত নথকা দিয়া হাৰাম
কিয়নো গৰ্ভৱতী সিহঁতক সিহঁতৰ ইদ্দতৰ প্রতি লক্ষ্য ৰাখি তালাক দিবা
(ছুৰা আত-তালাকঃ ৪) তৃতীয় অধ্যায়: অনিয়মীয়া হায়েজ সংক্রান্তীয় কিছুমান গুৰুত্বপূৰ্ণ বিষয়াৱলী
হায়েজ অৱস্থাত আপতিত বিষয়াদি কেইবা প্রকাৰৰ: প্ৰথম প্ৰকাৰ: ৰক্তস্ৰাৱ নিৰ্দিষ্ট হোৱা
উপৰোক্ত দুয়োটা প্ৰকাৰৰ ধৰ্তব্য হ'লহেঁতেন তেনেহ'লে নিশ্চয় নবী কোনো প্রশ্নই নুঠে
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এনেকুৱা পলম নকৰিলেহেঁতেন যে, এই বিষয়টো তেখেতৰ বাবে সদায় প্রয়োজনীয়
এতেকে মুস্তাহাজাহ নাৰীৰ বাহিৰে আন উম্মে আতিয়্যাহ ৰাদ্বিয়াল্লাহু আনহাই এই প্রসংগত গণ্য কৰা নাছিলোঁ
ছহীহ বুখাৰীৰ কোৱা হৈছে যে, এই শিৰোনামৰ দ্বাৰা নেদেখালৈকে খৰধৰ নকৰিবা
" আৰু উম্মে আতিয়্যাহ বিচাৰিছে যে, আয়েশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ হাদীছটো হৈছে দেখা পোৱা সন্দৰ্ভত
জানি থোৱা উচিত যে, আয়েশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ যিটো হাদীছৰ নাৰীসকলে আয়েশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ ওচৰলৈ দাৰাজাহ নে নাই সেই দাৰাজাহ'ত হায়েজৰ লেচা- কানি বা তুলা কৈছিল: "বগা পানী নেদেখালৈকে তোমালোকে অপেক্ষা কৰিবা"
জানি থোৱা উচিত যে, হাদীছত বৰ্ণিত 'আল-কাচ্ছাতুল বাইজা' কোৱা হয় আহে
চতুৰ্থ প্ৰকাৰ: ঋতুস্ৰাৱ ৰৈ ৰৈ প্রবাহিত হোৱা, যেনে এদিন প্রবাহিত অৱস্থা দুই প্ৰকাৰৰঃ প্রথম অৱস্থা: যদি সকলো সময়তে হয় তেনেহ'লে সেইটোক ইস্তেহাজাহ হিচাপে গণ্য কৰি চলিব লাগিব
দ্বিতীয় অৱস্থা: যদি এনেকুৱা সকলো সময়তে নহয়, বৰং মাজে মাজে হায়েজ হিচাপে
লগতে ইমাম আবু হানিফা ৰাহিমাহুল্লাহেও একেই মত পোষণ পৰিলক্ষিত হোৱা নাই, সেয়ে ইয়াক হায়েজ কষ্টকৰ হৈ পৰিব
অথচ ইছলামী কষ্টত নেপেলায় (আলহামদুলিল্লাহ) হাম্বলী মাজহাবৰ প্রসিদ্ধ তেজ আৰু পৰিচ্ছন্নতাৰ সমষ্টি যদি নিয়মিত অতিক্রম কৰে তেনেহ'লে অতিক্রমকাৰী তেজ কৰা হ'ব
) যেনে, মহান আল্লাহে فِي ٱلدِّينِ مِنۡ حَرَجٖۚ "তেওঁ দ্বীনৰ মাজত তোমালোকৰ বাবে কোনো সংকীৰ্ণতা ৰখা নাই" (ছুৰা আল-হাজ্জঃ ৭৮) মুগনী গ্ৰন্থৰ লেখকে আৰু কৈছেঃ "এতেকে এদিনতকৈ কম তেন্তে বিষয়টো সুকীয়া
যেনে কোনো কৰা হ'ব) দৰাচলতে আল-মুগনী গ্রন্থৰ সমাধানৰ মধ্যৱৰ্তী অভিমত
আৰম্ভণিত এক ৰাকাত আৰম্ভ হয় তেনেহ'লে হায়েজ বন্ধ সমপৰিমাণ সময় পাইছিল
হায়েজ বন্ধ হোৱাৰ পৰা সময় থাকে, তেনেহ'লে পৱিত্ৰ অথবা দ্বিতীয় দৃষ্টান্তত সূৰ্যোদয়ৰ আগত ন্যূনতম পৰা সময় (যদি নাপায়) তেনেহ'লে সেই অছাল্লামে কৈছে: "যিয়ে চালাতৰ এক ৰাকাত পাইছে, তেওঁ দৰাচলতে চালাত পাইছে
ইয়াৰ স্পষ্ট হয় যে, যদি কোনোবাই চালাতৰ অংশ পায় তেনেহ'লে চালাত পোৱা কৰাটোও ওৱাজিব হ'ব নেকি
এক কথাত অছাল্লামে কৈছে: "যি ব্যক্তিয়ে সূৰ্যাস্তৰ আগত আচৰৰ এক ৰাকাত পঢ়িব পৰা সময় পাইছে তেওঁ দৰাচলতে আচৰৰ চালাত পাইছে
আনহাতে আল্লাহৰ জিকৰ-আজকাৰ কৰা, তাকবীৰ কোৱা, তাছবীহ পাঠ কৰা, আল্লাহৰ প্রশংসা কৰা, খোৱা-বোৱা আদি কামত বিছমিল্লাহ কোৱা, হাদীছ পাঠ কৰা, ফিকহ পঢ়া, দু'আ কৰা, দু'আত আমীন যে, "নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আয়েশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ ঋতুস্ৰাৱ চলাকালীন অৱস্থাত তেওঁৰ কোলাত মূৰ থৈ কোৰআন তিলাৱত কৰিছিল
" ছহীহ বুখাৰী আৰু কোৱা শুনিছে যে, "যুৱতী ছোৱালীসকল, পৰ্দাশীন আৰু ঋতুৱতী মহিলাসকলে দুয়ো ঈদৰ চালাতৰ বাবে যাতে ঈদগাহলৈ যায় আৰু সিহঁতে ধর্মীয় আলোচনা আৰু মুমিনসকলৰ দু'আত যাতে উপস্থিত থাকিব পাৰে
তেনে অৱস্থাত নাৱাৱীয়ে শ্বাৰহুল মুহাজ্জাবৰ ২য় খণ্ডৰ ৩৭২ নিষিদ্ধ তথা অবৈধ
ইপিনে ইমাম ইছলাম ইবনে তাইমিয়্যাহ ৰাহিমাহুল্লাহে (ফাতাৱা গ্রন্থৰ মাজমূআ খণ্ডৰ ১৯১ পৃষ্ঠাত) "ঋতুৱতী নাৰীৰ বাবে কোৰআন পঢ়িব নোৱাৰিব" বিশেষজ্ঞ ওলামায়ে কেৰামৰ এই হাদীছটো দুৰ্বল
এই কথাও উল্লেখযোগ্য যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ যুগতো নাৰীসকলৰ ঋতুস্ৰাৱ হৈছিল